দেহ-বিচৰা গীত (Assamese)
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-08
    1. Music(Abstract Noun) A class of devotional song in folk music of Assam. দেহ বা শৰীৰটো অসাৰ এনে ধাৰণাৰ ভিত্তিত গোৱা এক শ্ৰেণীৰ লোকগীত৷